April 16, 2025 7:29 PM

views 21

ৰাজ্যজুৰি ধৰ্মীয় ৰীতি-নীতিৰে গোসাঁই বিহু উদযাপন

ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰে। বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত আজি জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কার্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আজি ম...

April 16, 2025 2:41 PM

views 59

ভাৰতৰ চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে

ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্রয় বিক্রয় স্থান চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন, আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্রতিষ্ঠানটোৱে ১০ লা...

April 16, 2025 2:38 PM

views 21

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ ২০২৪ বৰ্ষৰ বিশ্বৰ সবাতকৈ ব্যস্ত বিমান বন্দৰসমূহৰ ভিতৰত নৱম স্থান লাভ

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰে ২০২৪ বৰ্ষৰ বিশ্বৰ সবাতকৈ ব্যস্ত বিমান বন্দৰসমূহৰ ভিতৰত নৱম স্থান লাভ কৰিছে। বিমান বন্দৰটোৰে আহ যাহ কৰা যাত্ৰীৰ সংখ্যা ২০২৩ বৰ্ষৰ তুলনাত ৭.৮ শতাংশ আৰু ২০১৯ চনৰ তুলনাত ১৩.৬ শতাংশ বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৰ্টছফিল্ড জেকচন আটলান্তা আন্তৰাষ্ট্...

April 16, 2025 2:34 PM

views 61

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত দুজন মাওবাদী নিহত

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। এই মাওবাদী দুজনৰ সম্ভেদ দিব পৰা ব্যক্তিক মুঠ ১৩ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰা হৈছিল। বাষ্টাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজে কৈছে যে কোণ্ডাগাওঁ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত অৱস্থিত ...

April 16, 2025 2:29 PM

views 56

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে চীন চৰকাৰে মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। নিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰা...

April 16, 2025 2:24 PM

views 36

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি বিক্ষোভ প্রদর্শন

নেচনেল হেৰল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎ কাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছে। দলটোৰ নেতাসকলে এই কার্যক উদ্দেশ্যপ্রণোদিত আৰু ৰাজনৈতিক আক্রোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ...

April 16, 2025 2:19 PM

views 45

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথম অংশৰ প্ৰসংগ চৰ্তত কালি হস্তাক্ষৰ কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বাণিজ্য আৰু উদ্যোগ সচিব সুনিল বর্ণবানে কয় যে দুয়োপক্ষই পৰস্পৰৰ বাবে লাভদায়ক,...

April 16, 2025 1:56 PM

views 29

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডেলহি কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি নতুন দিল্লীত হবলগীয়া এখন খেলত ডেলহি কেপিটেলছ, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ঃ৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত কালি পঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ১৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতাই ১১২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ আৰু এটা বল...

April 16, 2025 1:47 PM

views 22

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বিয়নি ৩ বজাত মনোনয়ন পত্র প্রত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্রার্থীসকলে নির্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিনা আয়ুক্তসকলে ভিন ...

April 16, 2025 1:43 PM

views 14

উচ্চতম ন্যায়ালয়ত ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ শুনানি গ্রহণ

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰিব। সর্বোচ্চ ন্যায়ালয়ৰ ৱেৱছাইটত প্ৰকাশ কৰা তালিকা অনুসৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে এই আবেদন...