December 12, 2025 8:01 PM

views 10

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। থুকুবিলৰ বিজয় পামৰ পৰা সোণাৰী নগৰলৈ দিন হাজিৰাৰ বাবে যোৱাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ পাছত...

December 12, 2025 8:00 PM

views 14

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ ওপৰত থকা গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ কৰি দিয়া হৈছে। কাছাৰ জিলা প্ৰশাসনৰ দুৰ্যোগ প্রশমন বিভাগে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। জৰুৰী মেৰামতিৰ বাবে দলংখন অহা দেওবাৰৰ সন্ধিয়া ৬ বজালৈ বন্ধ কৰি দিয়া হৈছে। জাননীখনত উল্লেখ কৰা ...

December 12, 2025 7:59 PM

views 8

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্রকল্প বিষয়া গীতা...

December 12, 2025 7:58 PM

views 6

ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল হৰলুকি ঘটনাৰ চিবিআই তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিবাদ

ভাৰতীয় খাদ্য নিগমৰ ধেমাজী গুদামৰ পৰা ২৬ হাজাৰ ৮০০ বস্তা চাউল হৰলুকি হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজীৰ কচাৰি ময়দানৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ শতাধিক সদস্যই অংশ লয়। প্রতিব...

December 12, 2025 7:58 PM

views 10

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা প্ৰতিবাদী সমদল

মৰিগাওঁত আজি সদৌ তিৱা ছাত্ৰ সন্থাই কেইবাটাও দাবীৰ সমৰ্থনত এটা প্ৰতিবাদী সমদল উলিয়ায়। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় বেলট আৰু ব্লকসমূহ সংৰক্ষণৰ বাবে তিৱা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। তিৱা স্বায়ত্ত শাসিত পৰিষদীয় চুক্তি অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ ...

December 12, 2025 12:31 PM

views 24

অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে জর্দান, ইথিউপিয়া আৰু ওমান ভ্রমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে জদানৰ ৰজা আব্দুলা দ্বিতীয় বিল অল হুছেইনৰ আমন্ত্রণ মর্মে দেশখনলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দেশখনৰ ৰজা আব্দুলা দ্বিতীয়ক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত ব...

December 12, 2025 12:30 PM

views 18

ভাৰত আৰু লাইবেৰীয়াৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু লাইবেৰীয়াই ঔষধৰ গুণগত মান বৰ্তাই ৰখাৰ ক্ষেত্ৰত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, লাইবেৰীয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত মনোজ বিহাৰী বাৰ্মা আৰু লাইবেৰীয়াৰ স্বাস্থ্য মন্ত্ৰী লুইচ এম ক'প'টোৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিখ...

December 12, 2025 12:28 PM

views 12

এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ ভোজমেলৰ আয়োজন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তেওঁৰ চৰকাৰী বাসগৃহত এন ডি এৰ সকলো সদস্য তথা সাংসদসকলৰ বাবে এখন বিশেষ ভোজমেলৰ আয়োজন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এন ডি এ পৰিয়ালে সু-শাসন, ৰাষ্ট্ৰীয় উন্নয়ন আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতি সহযোগিতামূলক দায়বদ্ধতাক প্রতিনিধিত্ব কৰে...

December 12, 2025 12:27 PM

views 11

বালাঘাটক নক্সালবাদৰ পৰা মুক্ত ঘোষণা মোহন যাদৱৰ

বালাঘাট জিলাত দুজন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে ৰাজ্যখনক নক্সালবাদৰ পৰা মুক্ত ঘোষণা কৰিছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশনাত ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ দৃঢ়তাৰ বাবেই...

December 12, 2025 12:26 PM

views 10

ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি)-এ ইয়াৰ কাৰ্যকৰী বীমা সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নীতকৰণ, আৰু সেৱা প্ৰদানৰ উন্নতিৰ উদ্দেশ্যে কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত এই স...