December 14, 2025 11:20 AM

views 36

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্রী পীযূষ হাজৰিকাই প্রকল্পস্থলী পর্যবেক্ষণ কৰে। মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্রকল...

December 14, 2025 11:16 AM

views 36

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন...

December 14, 2025 11:05 AM

views 16

ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অভিহিত কৰিছে

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখয...

December 13, 2025 9:43 PM

views 8

পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আয়োজিত লিঅ’নেল মেছিৰ কাৰ্যসূচীত বিশৃংখল পৰিস্থিতি, আয়োজক শতদ্রু দত্তক গ্ৰেপ্তাৰ

পশ্চিমবংগৰ চল্টলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত আজি আয়োজিত লিঅ'নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্রু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধা-পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক আৰু অতিৰিক্ত সঞ্চালকপ্রধান জাভেদ শামিমে ষ্টেডিয়ামখনত হোৱা হুলস্...

December 13, 2025 9:42 PM

views 11

কলকাতাত লিঅ’নেল মেচিৰ অনুষ্ঠানত হোৱা বিশৃংখল পৰিৱেশক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক বিজেপিৰ সমালোচনা

বিজেপিয়ে কলকাতাত আজি আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেচিৰ অনুষ্ঠানত বিশৃংখল পৰিৱেশেৰে জনসাধাৰণক হতাশ কৰাৰ অভিযোগ তুলি মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক সমালোচনা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ সাংসদ তথা মুখপাত্র ডাঃ সুধাংশু ত্রিবেদীয়ে এই ঘটনাক সমগ্ৰ দেশৰ বাবেই লজ্জাজন...

December 13, 2025 9:41 PM

views 8

কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক কৃতজ্ঞতা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে তিৰুৱাননন্তপুৰ পৌৰনিগমত এন ডি এৰ হকে ভোটদান কৰাটো ৰাজ্যখনৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দিশ বুলি প্ৰধানমন্ত্ৰ...

December 13, 2025 9:40 PM

views 14

চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে পৰৱৰ্তী বাষ্টাৰ অলিম্পিক হোৱাৰ সময়লৈ কেৱল চণ্ডিগড়ৰ বাষ্টাৰ অঞ্চলৈই নহয়, বৰঞ্চ সমগ্র দেশেই নক্সালবাদৰ পৰা মুক্ত হ'ব। তেওঁ লগতে কয়, যে চৰকাৰে অহা পাঁচ বছৰত বাষ্টাৰক দেশৰ ভিতৰতে উন্নত জনজাতী...

December 13, 2025 9:39 PM

views 14

উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মানত ক্রীড়া-সংস্কৃতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰি পৌৰী উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে...

December 13, 2025 9:38 PM

views 19

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটৰ অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটে অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণৰ লক্ষ্যৰে প্ৰতিযোগিতামূলক মল্লযুঁজলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেল'ছ অলিম্পিকৰ বাবে ইতিমধ্যে প্রস্তুতি আ...

December 13, 2025 9:30 PM

views 11

বিশ্বনাথ জিলাত নৱনিৰ্মিত ছুইমিং পুল ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া, অসম সাঁতোৰ সন্থাৰ

ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া আৰু অসম সাঁতোৰ সন্থাৰ প্ৰতিনিধিবর্গই আজি বিশ্বনাথ জিলাত নৱনিৰ্মিত ছুইমিং পুল ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নিৰ্মাণ কাৰ্যত ৰৈ যোৱা আঁসোৱাহৰ বিষয়ে আঙুলিয়াই দি পৰৱৰ্তী সময়ত তাক দূৰ কৰিবলৈ পৰামৰ্শ দিয়ে। পৰিদৰ্শনৰ বাবে অহা দ...