December 14, 2025 8:44 PM

views 26

ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী

জর্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণ মর্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ জর্দানলৈ ৰাওনা হ'ব। ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন ...

December 14, 2025 8:31 PM

views 22

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ দেহাৱসান

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ আজি গুৱাহাটীৰ আৰ্যনগৰ ভাস্কৰ নগৰৰ নিজা বাসভবনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণীৰ বিভিন্ন কেন্দ্ৰত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা ৰাভা এগৰাকী প্ৰকৃত জ্ঞানপিপাসু ব্যক্তি আছিল। তেওঁৰ ব্যক্তিগত প...

December 14, 2025 8:28 PM

views 31

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হৈছে। বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীত আজি বনভোজৰ বাবে ব্যাপক জন সমাগম হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উ...

December 14, 2025 8:17 PM

views 17

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটত ১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটৰ পকী দলঙৰ সমীপত অহা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬। ফটাসুঁতি দলঙৰ সমীপত আজি এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানটোত দিহা নামৰ লগতে মিছিং নৃত্যও পৰিবেশন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰজাতিৰ অভিলেখ সংখ্যক মাছ ৰঙানদীত এৰ...

December 14, 2025 8:11 PM

views 23

সত্ৰপীঠ মাজুলীত ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত

সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলন ক্ষেত্ৰত আজিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত আজি এহেজাৰ এগৰাকী শিল্পীয়ে সমস্বৰে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভা...

December 14, 2025 7:56 PM

views 28

গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অসম গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহ...

December 14, 2025 7:49 PM

views 10

সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ সামৰণি

বজালী জিলাৰ বাঘমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি সামৰণিৰ দিনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। বাঘমাৰাৰ ৰাজপথত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ পৰিধানেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রাত ছাত্র-ছাত্...

December 14, 2025 7:40 PM

views 11

ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক ফলপ্রসূ হৈ উঠা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সামাজিক মাধ্যমত প্রকাশ

ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক ফলপ্রসূ হৈ উঠা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। মৌখিক কথা বতৰাতকৈ কাম-কাজৰ মূল্য বেছি বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যত পূৰ্বতে উচ্চ অপৰাধৰ হাৰ থকাৰ বিপৰীতে অভিযোগনামাৰ হাৰ আছিল দুৰ্বল। সম্প্রতি ৰাজ্যত অপৰাধৰ হাৰ নিম্ন হো...

December 14, 2025 7:35 PM

views 18

নলবাৰী জিলাত ১৭৬ গৰাকী শিক্ষকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নিযুক্তি পত্ৰ প্ৰদান

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰী জিলাত মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ ১৭৬ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰে। নলবাৰী জিলা পুথিভঁড়াল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানতে ৮০ গৰাকী শিক্ষাৰ্থীৰ মাজত ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ দি মন্ত্ৰ...

December 14, 2025 12:26 PM

views 22

ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত অমন শ্বেৰাৱত আৰু অন্তিম পোংঘালৰ সোণৰ পদক অৰ্জন

আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা অমন শ্বেৰাৱত আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পোংঘালে সোণৰ পদক অৰ্জন কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা অমণ শ্বেৰাৱতে ফ্রী ষ্টাইল শিতানত নিজৰ ৫৭ কিলোগ্রাম ওজনৰ সলনি ৬১ কিলোগ্রাম ওজন শাখাত প্রতিদ্ব...