December 18, 2025 12:09 PM

views 25

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ ...

December 18, 2025 12:05 PM

views 27

বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি

● ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ...

December 17, 2025 1:00 PM

views 10

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কাছাৰ জিলা প্রশাসনৰ

কাছাৰ জিলা প্রশাসনে জনসাধাৰণ সুৰক্ষা আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নির্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নির্দেশ...

December 17, 2025 12:59 PM

views 13

যোৱা ১০ ডিচেম্বৰত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে খাৰধূলিত উদ্ধাৰ কৰা মৃতদেহটো এই পর্যন্ত চিনাক্ত কৰা হোৱা নাই। বাকী দুজন এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্য...

December 17, 2025 12:58 PM

views 17

দীপৰ বিলত দুই লেনযুক্ত এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ

ৰে'ল মন্ত্রালয়ে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিচিত দীপৰ বিললৈ অহা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষাৰ বাবে ৪ দশমিক ৭-০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এইখনেই হ'ব উত্তৰ পূৰ্বাঞ্চলত প্রথমখন ৰে'লৱে এলিভেটৰ। উত্তৰ-পূব সীমান্ত ৰে'লৱে কর্তৃপক্ষই চকর্দো-ম...

December 17, 2025 12:57 PM

views 15

অসমত ভোটাৰ তালিকাৰ সংশোধনীৰ ব্যৱস্থা কৰাক লৈ ৰাজ্যসভাত নির্বাচন আয়োগক সাংসদ অজিত কুমাৰ ভূঞাৰ সমালোচনা

অসমত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্রত নির্বাচন আয়োগে গ্রহণ কৰা ভূমিকাক সাংসদ অজিত কুমাৰ ভূঞাই সমালোচনা কৰিছে। ভালেমান সংবেদনশীল বিষয়ক লৈ দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বৈষম্যমূলক নীতি গ্রহণ কৰা বুলি অভিযোগ কৰি অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এই সন্দর্ভত বিশেষকৈ ভোটাৰ...

December 17, 2025 12:36 PM

views 13

সমগ্র শিক্ষাৰ উদ্যোগত, শিৱসাগৰৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন

সমগ্র শিক্ষা, শিৱসাগৰৰ উদ্যোগত কালি জিলাখনৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ৪৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীক যোৰহাট জিলাৰ স্বৰ্গদেউ চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰোৱা হয়। বাণমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্রী বৰপাত্র দল উচ্চ মাধ্যমিক বিদ্যালয়, বৰচিলা উচ্চ মাধ্যমিক বিদ্যা...

December 17, 2025 12:26 PM

views 15

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ’ৰেঞ্জ ফেষ্টিভেল আয়োজন

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ'ৰেঞ্জ ফেষ্টিভেল অর্থাৎ কমলা উৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বাধিক কমলা উৎপাদন হোৱা তামেংলং জিলাত এই উৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই জিলাখনত উৎপাদিত কমলাৰ অনন্য সোবাদ আৰু গুণাগুণৰ বাবে ভৌগোলিক সূচ্যাংক লাভকৰিছে। প্ৰতিবছৰে কমলাৰ উৎপাদকসকলক উৎসা...

December 17, 2025 12:21 PM

views 11

শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত

অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম উপাদান মুখা নিৰ্মাণৰ সকলো দিশ সামৰি লোৱা এই শিবিৰত ১০ গৰাকী প্রশিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। এই প্রশিক্ষণত ভাওনাত ব্যৱহাৰ ...

December 17, 2025 12:20 PM

views 22

১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰে ১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পূৰ্ণ কৰিব। স্বাস্থ্য বিভাগৰ নিযুক্তি ২২ ডিচেম্বৰত আৰু চাহ বাগিচাৰ পৰা বিভাগটোৰ বিভিন্ন পদৰ বাবে বাছনি লাভ কৰা যুৱক-যুৱতীসকলক ২৩ ডিচেম্বৰত নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াৰ লগতে অভিযান্ত্রিক কৃষিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি ...