December 20, 2025 12:09 PM

views 16

যাত্ৰীৰ সুবিধাৰ বাবে বিমান কোম্পানীসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে বিমান কোম্পানীসমূহক যাত্ৰীৰ সুবিধাৰ বাবে থকা সকলো নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আৰু ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত বিমানৰ উৰণত অসুবিধাই দেখা দিলে, যাত্ৰীসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত কৰ্মচাৰী থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কালি এখন জাননী জাৰি কৰি অসামৰিক বিমান প...

December 20, 2025 12:03 PM

views 15

মহাৰাষ্ট্ৰৰ নাগপুৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত হোৱা দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ৯ আহত

মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত এটা ঔদ্যোগিক প্ৰতিষ্ঠানত এটা পানীৰ টেংক ভাঙি পৰাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯ জন লোক আহত হয়। এই দুর্ঘটনাটো আভাদা ইলেকট্র’ প্রাইভেট লিমিটেড নামৰ এটা সৌৰ পেনেল নিৰ্মাণকাৰী ফেক্টৰীত সংঘটিত হৈ বুলি আৰক্ষীৰ বিষয়াই নিশ্চিত কৰিছে। পানীৰ টেংকটো ভাঙি যোৱাৰ ফলত ধ্বংসাৱশেষৰ মাজত...

December 20, 2025 11:58 AM

views 15

ভাৰত-নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ সমিতি গঠনৰ বিষয়ে ঘোষণা

ভাৰত আৰু নেডাৰলেণ্ডছে এখন বুজাবুজি চুক্তিৰ জৰিয়তে ভাৰত-নেডাৰলেণ্ডছ যুটীয়া বাণিজ্য আৰু বিনিয়োগ সমিতি গঠনৰ কথা ঘোষণা কৰিছে। দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই যুটীয়া সমিতিখন হৈছে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ডাটছ বিদেশমন্ত্রী ডেভিদ ভেন ৱি...

December 20, 2025 11:53 AM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

পশ্চিমবংগ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে প্ৰায় ১৫ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্...

December 20, 2025 11:49 AM

views 24

পশ্চিমবংগ ভ্ৰমণৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নাদিয়া জিলাৰ ৰাণাঘাটত প্ৰায় ৩ হাজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰিব। শ্রীমোদীয়ে এখন জনসভাতো অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ নাদিয়া...

December 19, 2025 7:59 PM

views 7

হস্ততাঁত আৰু হস্তশিল্প ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজিত বৈঠকত জ্যোতিৰাদিত্য সিন্ধিয়াৰ অংশগ্ৰহণ

 উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অঞ্চলটোৰ হস্ততাঁত আৰু হস্তশিল্প ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি ভার্চুবেল ব্যৱস্থাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লয়। শ্রীসিন্ধিয়াই কয় যে এই বৈঠকত দক্ষতা বিকাশ, মান প্রমাণিকৰণ আৰু অঞ্চলটোত উপলব্ধ দীর্ঘদিনলৈ ব্যৱহাৰযোগ্য আঁহ আৰু ৰঙৰ ...

December 19, 2025 7:57 PM

views 12

নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত ড০ জয়শংকৰে কয় যে বৈঠকত উভয় দেশৰ বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন, জল, কৃষি, স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ বিষয় সন্দৰ্ভত আলোচ...

December 19, 2025 7:56 PM

views 11

আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ

ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন মন্ত্রালয়ে আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ কৰিছে। সমগ্র দেশতে হ'বলগীয়া এই অভিযানৰ বাবে আজি নতুন দিল্লীত নীতি নির্দেশনা মুকলি মন্ত্রালয়ৰ সচিব ৰচনা শ্বাহে কয় যে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে তাৰ...

December 19, 2025 7:27 PM

views 19

কাইলৈ প্রধানমন্ত্রীৰ গুৱাহাটী আগমনকলৈ যান বাহন আৰক্ষীৰ কেতবোৰ নীতি-নিৰ্দেশনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুৱাহাটী আগমনৰ সময়ত যান-জট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ লোকক কেইবাটাও পথ এৰি চলিবলৈ আহ্বান জনাইছে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে বিশেষ পথ নির্দেশনা নাথাকিলেও, পানবজাৰ- ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখ...

December 19, 2025 7:26 PM

views 9

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে ১ ডিচেম্বৰত আৰম্ভ হোৱা ১৯ দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণত কয়, যে এইবাৰৰ অধিৱেশনত মুঠ ১৫ খন বৈঠক অনুষ্ঠিত হয়। তেওঁ সকলো সদস্যকে সংসদৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধ...