December 23, 2025 11:48 AM

views 43

কাৰ্বি আংলঙত অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত প্রতিবাদ, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্রতিবাদে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈত...

December 23, 2025 11:47 AM

views 15

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ পাছত অসমৰো ভিন্ন প্ৰান্তত প্ৰতিবাদ

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজে কালি সন্ধিয়া ধুবুৰীৰ পাচমোৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাক নিন্দা কৰাৰ লগতে বাংলাদেশত হিন্দুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। ব...

December 23, 2025 11:45 AM

views 100

২৯ ডিচেম্বৰত মুকলি হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়; চূড়ান্ত পৰ্যায়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰাত অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে দুয়োটা স্থান পৰিদৰ্শন কৰি উদ্বো...

December 23, 2025 11:42 AM

views 13

অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকল্পস্থলী পৰিদৰ্শন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী প্রকল্প হিচাপে গ্ৰহণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰা হ'ব। ৰাজ্য চৰকাৰে দখলমুক্ত কৰা ১৬২ বিঘা ভূমিত ২১৭ কোটি টকা ব্যয়ৰে এই প্ৰকল্প আটক ধুনীয়া...

December 23, 2025 11:40 AM

views 9

কাছাৰ জিলাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাত কালি মন্ত্ৰী পীযূষ হাজৰিকাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লক্ষীপুৰত কালি মন্ত্ৰীগৰাকীয়ে বৰাক নৈৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চাৰি কোটি পুঁজি ধাৰ্য্য কৰা এই প্ৰকল্পত লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা বৃহৎ অংশ নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ জিঅ' বেগ, পার্ক...

December 23, 2025 11:38 AM

views 27

বিশাখাপট্টনমত আজি ভাৰত-শ্ৰীলংকাৰ মহিলাৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

মহিলা ক্রিকেটত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডী এচিএ-ভিডিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত আয়োজক ভাৰতীয় দলে ১-০ ব্যৱধানত আগবাঢ়ি আছে। কেপ্টেইন হৰমনপ্রীত কৌৰৰ ...

December 23, 2025 11:36 AM

views 24

ৰাজ্যজুৰি আয়োজন কৰা ‘গাৰ্লছ ফৰ গ’ল্‌ছ’ আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাব চেম্পিয়ন

ৰাজ্যজুৰি আয়োজন কৰা গাৰ্লছ ফৰ গ’ল্‌ছ শীৰ্ষক আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কালি কঠালগুৰি চাহ বাগিচাত অনুষ্ঠিত চূড়ান্ত খেলত দলটোৱে যোৰহাটৰ খৰিকটীয়া য়ুথ ক্লাবক ২-১ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ১৬ খন জিলাৰ ...

December 23, 2025 12:16 AM

views 50

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত আছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত দোকান-পোহাৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি নিশাৰ ভিতৰতে বিষয়টো সমাধানৰ চেষ্টা কৰা হ'ব।...

December 23, 2025 12:13 AM

views 37

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতিৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতৰ নিযুক্তিৰ নিৰ্দেশ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতে নিযুক্তিৰ নিৰ্দেশ দিছে। অধিবক্তা প্রবীন কুমাৰ শৰ্মা আৰু অমিতাভ বৰুৱাক অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে নিযুক্তি দিয়া হৈছে। দুয়োগৰাকী অধিবক্তাই ইতিম...

December 22, 2025 9:59 PM

views 30

ৰাজ্য চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত নিযুক্তি দিয়া ৩৩১ জন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰি দিয়ে

ৰাজ্য চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত নিযুক্তি দিয়া ৩৩১ জন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক আজি তেওঁলোকে নিযুক্তি পোৱা বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰি দিয়ে। দিছপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত অনুষ্ঠানত জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱনে আনুষ্ঠানিকভাৱে নৱ নিযুক্ত শিক্ষকসকলক বিদ্যালয় আৱ...