December 25, 2025 11:46 AM

views 27

১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব

অহা বৰ্ষৰ ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বোকাখাটত কালি কৃষিমন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে। তেওঁ লগতে কেন্দ্রীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈ মুঠ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে...

December 25, 2025 11:41 AM

views 23

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীব...

December 25, 2025 11:34 AM

views 31

৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বতৰ অগ্ৰসৰ

উদীয়মান খেলুৱৈ উন্নতি হুদ্দা, তনভী শৰ্মা, ৰৌনাক চৌহান আৰু সংস্কাৰ স্বাৰস্বত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত চলি থকা ৮৭ সংখ্যক ছিনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়নশ্বিপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্রতিযোগিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত উন্নতিয়ে ৱাইল্ড কার্ডপ্রাপ্ত আকাংক্ষা মার্টেক ২১–৮, ২১-১৮ গেমত পৰাস্ত কৰাৰ ব...

December 25, 2025 11:25 AM

views 37

বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনত বিৰাট কোহলী আৰু ৰোহিত শর্মাৰ শতক অৰ্জন

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় বিৰাট কোহলী আৰু ৰোহিত শর্মাই কালি চলিত বৰ্ষৰ বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনতে শতক অৰ্জন কৰে। প্ৰতিযোগিতাত দিল্লীৰ হৈ খেলপথাৰত নমা বিৰাট কোহলীয়ে কালি বেংগালুৰুৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ উৎকর্ষতা কেন্দ্ৰত থকা প্ৰথমখন খেলপথাৰত বেংগালুৰুৰ বিৰুদ্ধে ২...

December 25, 2025 11:20 AM

views 24

ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত

অলিম্পিকত দেশৰ হৈ দুবাৰকৈ পদক অৰ্জন কৰা আৰু ভাৰতীয় পুৰুষ হকী দলৰ উপ-অধিনায়ক হার্ডিক সিঙক চলিত বৰ্ষৰ সন্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰতি বছৰে ক্ৰীড়া ক্ষেত্ৰত দেশৰ এই সৰ্বোচ্চ সন্মানটো প্ৰদান কৰি আহিছে। ভাৰতীয় অলিম্পিক সং...

December 25, 2025 11:17 AM

views 41

হিমালয়ৰ পাদদেশ অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ২৮ ডিচেম্বৰ পৰ্যন্ত ঘন কুঁৱলীৰ সতর্কবাণী জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজিৰ পৰা পৰৱৰ্তী ২-৩ দিনলৈ জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফ্‌ফ্ফৰাবাদ, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আৰু উত্তৰাখণ্ডত অতি ঘন কুঁৱলীৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশৰ পূব অংশ, ওড়িশা, পশ্চিমবং...

December 25, 2025 11:15 AM

views 30

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাৰ শলাগ লোৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কৃতজ্ঞতা প্রকাশ

লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাৰ শলাগ লোৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৃতজ্ঞতা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী বৈষ্ণৱে শ্ৰীগান্ধীৰ এটা বাৰ্তা প্ৰকাশ কৰি কয় যে, চৰকাৰে প্রধানমন্ত্ৰীৰ আদৰ্শ...

December 25, 2025 11:11 AM

views 19

লালকিল্লা বিস্ফোৰণৰ ঘটনাত জড়িত ৭ জন লোকৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৫ দিনলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে লালকিল্লা বিস্ফোৰণৰ ঘটনাত জড়িত ৭ জন লোকৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৫ দিনলৈ বৃদ্ধি কৰি, আটাইকেইজনকে ৮ জানুৱাৰী পৰ্যন্ত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। অতিৰিক্ত ছেছন ন্যায়াধীশ প্রশান্ত শৰ্মাই ড° আদিল ৰাথৰ, ড° মোজাম্মিল গানেই, ড° শাহিন ছইদ, মৌলবী ইৰফান আহমেদ ৱাগে, জছিৰ বিলাল ৱানি, আমিৰ ৰশ্বি...

December 25, 2025 11:06 AM

views 25

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব

CPউপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব। এই ৰচনাৱলীৰ প্ৰথমটো খণ্ড ২০২৩ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল। মালব্য মিছন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা যুটীয়াভাৱে এই দ্বিভাষিক প্র...

December 25, 2025 11:03 AM

views 23

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত

দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এখন বৈঠকত কালি ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য ৰাম বাহাদুৰ ৰায়ে অন্য সদস্যসকলৰ সৈতে আলোচনা কৰি সভাপতি পদৰ বাবে শ্রীনাইডুৰ নাম প্ৰস্তাৱ ক...