November 27, 2025 7:56 PM
12
কাইলৈ ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ সামৰণি
গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ কাইলৈ সামৰণি পৰিব। মহোৎসৱৰ কলা একাডেমী প্রেক্ষাগৃহত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্র অনুষ্ঠিত হয়। ইয়াৰে এখনত সর্বকালৰ জনপ্ৰিয় হিন্দী চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ হোৱা বিষয়ক লৈ ছবিখনৰ পৰিচালক ৰমেশ চিপ্পিয়ে অং...