January 2, 2025 8:02 PM

views 22

কাইলৈ আনুষ্ঠানিকভাৱে মুকলি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপা...

January 2, 2025 8:01 PM

views 14

কাইলৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজৰ নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা শুভাৰম্ভ

ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰা কাইলৈ গুৱাহাটীত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰে'লখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’ল ...

January 2, 2025 6:38 PM

views 9

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ ঘোষণা

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিক দুটাকৈ পদক বিজেতা মানু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্রবীণ কুমাৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। একেদৰে ৩২গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা আগব...

January 2, 2025 6:36 PM

views 19

কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সভা অনুষ্ঠিত

নলবাৰী জিলাৰ উদ্যানশস্যৰ সৈতে জড়িত কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান উলিওৱাৰ উদ্দেশ্যে আজি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। অসম উদ্যানশস্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত জিলাখনৰ উদ্যানশস্য মহাবিদ্যালয়ৰ সহযোগী ডীন, বিশিষ্ট কৃষি বিজ্ঞানী ডº মৃদুল ডেকাই সভ...

January 2, 2025 6:35 PM

views 19

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত এটা গঁড় মৃত অৱস্থাত উদ্ধাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত আজি বন সুৰক্ষা কৰ্মীয়ে এটা মতা গঁড় মৃত অৱস্থাত উদ্ধাৰ কৰে। গঁড়টোৰ খৰ্গ অক্ষত অৱস্থাত আছে। প্ৰাৰম্ভিক পৰ্যবেক্ষণত স্বাভাৱিক কাৰণতে গঁড়টোৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰা হৈছে। গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই...

January 2, 2025 6:33 PM

views 17

চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম

চানডুবিত কালিৰে পৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ, থলুৱা হস্ততাঁত বস্ত্ৰ আৰু বিভিন্ন খেল-ধেমালিৰে পঞ্চদশ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। অহা ৫ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম হৈছে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ জৰিয়তে...

January 2, 2025 6:32 PM

views 12

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল জলমগ্ন

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হয়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি খাৰঘূলিত উপস্থিত হৈ এ...

January 2, 2025 6:30 PM

views 20

হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি

ৰাজ্যৰ বন বিভাগে বিগত বছৰত কৰা হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি বন বিভাগৰ এই কৃতিত্বৰ বাবে শলাগ লয়। তেওঁ কয়, যে পূর্বে হাতীৰ সংখ্যা ৫,৭১৯ আছিল। এইবাৰৰ পিয়ল অনুসৰি মুঠ হাতীৰ ৩৬ শতাংশ প্রাপ্তবয়স্ক মাখুন্...

January 2, 2025 4:49 PM

views 31

হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল ...

January 2, 2025 4:47 PM

views 27

পাকিস্তানত ৩ টা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু, ১১ জন আহত

পাকিস্তানৰ অশান্তিজৰ্জৰ উত্তৰ-পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি ১১ জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইলখান জিলাৰ ডাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্তই এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্রমিক নিহত ...