November 29, 2025 1:21 PM

views 24

জ্যেতি চিত্রবনত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন

গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্রবনত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। ২০১৭ চনৰ পৰা প্ৰতি বছৰে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্র ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্র মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎ...

November 29, 2025 1:18 PM

views 16

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ৰ সামৰণি

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ৰ কালি সামৰণি পৰে। ড° শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত অনুষ্ঠিত আকর্ষণীয় সামৰণি অনুষ্ঠানত উপস্থিত থাকি গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তে কয়, যে প্রতি বছৰৰ দৰে এইবাৰো IFFIত সৃষ্টিশীল মনৰ বিভিন্ন কুশীলৱসকলৰ সমাৱেশ ঘটে। এই ...

November 29, 2025 1:15 PM

views 51

অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক গৃহীত

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি কালি অসম বিধানসভাত চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ উৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা ...

November 29, 2025 1:08 PM

views 23

চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত তনৱী শৰ্মা, উন্নতি হুডা, কিদাম্বী শ্রীকান্ত ছেমি ফাইনেলত

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় শ্বাটলাৰ তনৱী শৰ্মা, উন্নতি হুডা আৰু কিডাম্বী শ্রীকান্তে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ ছিংগলছত ১৬ বছৰীয়া শ্বাটলাৰ তনৱী শৰ্মাই কোৱাৰ্টাৰ ফাইনেলত হংকঙৰ চিন য়ান হেপি ল'ক ২১-১৩, ২১-১৯ পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফা...

November 29, 2025 1:05 PM

views 27

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮.২ শতাংশ জি ডি পি বৃদ্ধি

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮ দশমিক ২ শতাংশ জি ডি পি বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃদ্ধিৰ প্ৰশংসা কৰি কয়, যে চৰকাৰৰ বুদ্ধি সমর্থক নীতি আৰু সংস্কাৰৰ ফলতেই জি ডি পিৰ এই উৎসাহজনক বৃদ্ধি সম্ভৱ হৈছে। তেওঁ লগতে কয়, যে এই বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ ক...

November 29, 2025 1:03 PM

views 29

দিটৱা নামৰ ঘূৰ্ণীবতাহজাক ৬ ঘন্টাত উত্তৰ-পশ্চিম দিশলৈ গতি

শ্ৰীলংকাৰ উপকূলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ দিটৱা ঘণ্টাত ৭ কিলোমিটাৰ বেগেৰে বিগত ৬ ঘন্টাত উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে। ভাৰতৰ সবাতোকৈ ওচৰৰ সামুদ্রিক প্রতিবেশী দেশ শ্রীলংকা এই পর্যন্ত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া প্রতিবেদন অনুসৰি শ্ৰীলংকাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ পশ্চিমে এই ঘূ...

November 29, 2025 1:00 PM

views 20

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডত কাইলৈ উপ-নির্বাচন

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডত কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ'ব। পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৫ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ-নির্বাচন হ'বলগীয়া ৱাৰ্ডসমূহ হৈছে- মুণ্ডকা, শ্বালিমাৰ বাগ- বি, অশোক বিহাৰ, চান্দনী চ’ক, চান্দনী মহল, দ্বাৰকা-বি, ডিচাও কালান, নাৰায়ইণা, সংগম বিহাৰ-এ, দক্ষিণপুৰী, গ্ৰেটাৰ ক...

November 29, 2025 12:56 PM

views 19

চত্তিশগড়ত ১০জন মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

চত্তিশগড়ত কালি ১০ জন মাওবাদীয়ে জগদলপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ঝিৰাম ভেলী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী চাইতু ওৰফে শ্যাম দাদাও আছে। উল্লেখযোগ্য যে ২০১৩ চনত ঝিৰাম ভেলীত সংঘটিত আক্ৰমণত ৩০ গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত জ্যেষ্ঠ কংগ্ৰেছ নেতাও আছিল। আক্ৰমণত বহুসংখ্যক...

November 29, 2025 12:54 PM

views 21

শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপন

দেশৰ প্ৰথমখন স্বদেশী প্রযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰিয়ে কলম্বোত শ্রীলংকা নৌসেনাৰ আন্তঃৰাষ্ট্ৰীয় পর্যালোচনা বৈঠক ২০২৫ত অংশগ্ৰহণ কৰিছে। শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাখনো দেশৰ নৌসেনাৰ জাহাজ আৰু প্ৰ...

November 29, 2025 12:35 PM

views 22

আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন কৰে। শ্ৰীশ্বাহে ভাষণ প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ...