January 5, 2025 10:51 AM

views 20

পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত  ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু, ৪০ জন আহত

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাটৰ ধাং অঞ্চলত যাত্রীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্রীবাহী বাহন আৰু তাৰ...

January 5, 2025 10:49 AM

views 11

তামিলনাডুত সদগুৰু জাগচী বাসুদেৱক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সাক্ষাৎ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তামিলনাডুত আধ্যাত্মিক গুৰু তথা ঈছা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদগুৰু জাগচী বাসুদেৱক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাৎ‍ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। শ্ৰী সদগুৰুৱে ভাৰতীয় আধ্যাত্...

January 5, 2025 10:44 AM

views 13

দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ উপৰি নিৰাপত্তা বিষয়ক আলোচনাৰ লগতে মহাকাশ প্ৰতিৰক্ষা আৰু কৌশ...

January 5, 2025 10:40 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১২,২০০ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰে নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,৬০০ কোটি টকা ব্যয়ৰে নিৰ্মিত দিল্লী-গাজিয়াবাদ–মীৰাট নমো ভাৰত কৰিড'ৰেৰে চাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ ১৩ কিলোমিটাৰ...

January 4, 2025 7:46 PM

views 13

ৰাজ্যত মৃত্যু হোৱা ২৬ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মৃত্যু হোৱা ২৬ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদান কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা আগবঢ়োৱা এই এককালীন অনুদানে পৰিয়ালসমূহক উপকৃত কৰিব ব...

January 4, 2025 7:42 PM

views 25

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা ২০২৫ মুকলি

কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা ২০২৫ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰীবৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক, কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষি খণ্ডলৈ অহা জলব...

January 4, 2025 7:39 PM

views 18

ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীৰ বিশেষ পর্যালোচনা বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পর্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিবেশনত উত্থাপন হবলগীয়া কেন্দ্রীয় বাজেট...

January 4, 2025 7:36 PM

views 14

তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যপালগৰাকীয়ে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা, কৰ্তব্যৰ পৰা বিকাশলৈ আৰু অমৃত সৰোবৰ সম্ভাৱনাসূচক উদগণি শীর্ষক আঁচনি ৩ খন আজি জনসাধাৰণৰ কল্যানৰ অৰ্থে মুকলি কৰে। অনুষ্ঠান...

January 4, 2025 7:12 PM

views 34

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পর্যালোচনা বৈঠক

দেশৰ উৎপাদনকাৰী আৰু উপভোক্তা ৰাজ্যসমূহত দেখা দিয়া সামগ্ৰীৰ মূল্যৰ ব্যৱধান দূৰ কৰিবলৈ যাতায়াত আৰু মজুতকৰণৰ ব্যয় চৰকাৰে বহন কৰিব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰ...

January 4, 2025 7:08 PM

views 13

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে ১৮০জন বিদেশী লোক, প্ৰায় ৬ হাজাৰ কয়দীক মুকলি

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে ১৮০জন বিদেশী লোককে ধৰি প্ৰায় ৬ হাজাৰ কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচাপে অন্যান্য কয়দীৰ শাস্তিও হ্ৰাস কৰা হৈছে। এই কয়দীকলক দোষী সাব্যস্ত কৰাৰ কাৰণ নাইবা মুক্তিৰ পাছত স্বদেশলৈ পঠিয়াবল...