January 5, 2025 7:22 PM

views 43

আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত টাই- আহোম উন্নয়নৰ পৰিষদৰ ৪৫ লাখ টকাৰে মৈদামথলীৰ চৌপাশে পকীবেৰ নিৰ্মাণ কৰাৰ লগতে এই মৈদামৰ উন্নয়ন সাধন কৰা হ'ব বুলি শ্ৰী...

January 5, 2025 7:18 PM

views 56

দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয...

January 5, 2025 7:14 PM

views 56

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ বিশেষ ৰে’ল

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে'লৱে ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰে'ল চলাচল কৰাইছে। কালি ৰাণা প্রতাপ নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লগাড়ীখন কাইলৈ দুপৰীয়া ২-২৫ মিনিটত কামাখ্যা ষ্টেচনত উপস্থিত হ'ব। ৰে'লখনত অহা পর্যটকসকলে বিভিন্ন স্থান ভ্ৰমণ কৰিব পৰাকৈ দুদ...

January 5, 2025 7:11 PM

views 64

বৰপেটাত অনন্তৰাম দাসৰ স্মৃতিত বঁটা প্ৰদান

দিব্যাংগ হৈও শাৰীৰিক প্ৰতিবন্ধকতাত নেওচি সাহিত্য সাধনাৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা অনন্তৰাম দাসৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে আজি বৰপেটাত তেওঁৰ স্মৃতিত আগবঢ়োৱা বঁটাসমূহ প্ৰদান কৰা হয়। বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰি বাণীকান্ত ভৱনত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অ...

January 5, 2025 7:08 PM

views 21

গুৱাহাটীৰ দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ

গুৱাহাটীৰ দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত আজিৰেপৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালী মাছ আদি মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষবোৰৰ তুলনাত মাছ কমকৈ পৰা বুলি মাছ...

January 5, 2025 7:05 PM

views 18

পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চানডুবি উৎসৱৰ সামৰণি

পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ চানডুবি উৎসৱৰ আজি সামৰণি পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চানডুবি মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনাও মেলাথলীত বহু লোকৰ সমাগম হয। উল্লেখযোগ্য যে, বিগত ১৫ বছৰে চানডুবিৰ জৈৱ বৈচিত্র্য তথা ইয়াৰ দাঁতিকাষৰীয়া জনগোষ্ঠীয় লো...

January 5, 2025 6:53 PM

views 38

বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন

 বিভিন্ন বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে দেওবাৰে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন কৰা হয়। অসমতো পক্ষী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প ...

January 5, 2025 11:34 AM

views 17

গোলাঘাট জিলাৰ মেৰাপানী ডি চেক্টৰত নাগালেণ্ড চৰকাৰৰ চালানলৈ শিল-বালি সৰবৰাহ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমাৰ মেৰাপানী ডি চেক্টৰৰ বিবদমান এলেকাৰ সৰুপানী অঞ্চলত বহুসংখ্যক ষ্টোন ক্ৰাচাৰ গঢ়ি উঠিছে। নাগালেণ্ড চৰকাৰৰ বন বিভাগৰ পৰা চালান লৈ ডাম্পাৰবোৰে শিল- বালি সৰবৰাহ কৰাৰ ফলত ৰাজ্য চৰকাৰে বুজন পৰিমানৰ ৰাজহ হেৰুৱাইছে বুলিও অঞ্চলটোৰ সচেতন মহলে অভিযোগ কৰিছে।

January 5, 2025 11:27 AM

views 33

লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষা...

January 5, 2025 11:25 AM

views 32

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত অর্গেনিক পদ্ধতিৰ খেতি সন্দৰ্ভত  সজাগতামূলক কাৰ্যসূচী

তিনিচুকীয়া জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ আই কিউ এ চিৰ উদ্যোগত আজি অর্গেনিক পদ্ধতিৰে কিদৰে খেতি কৰিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া নগৰৰ দেওবৰীয়া বজাৰত এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ...