November 29, 2025 10:47 PM

views 17

শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকললৈ ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ

● শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্রিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ ...

November 29, 2025 10:42 PM

views 23

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ

■ সোমবাৰে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰাক ক্ষণত আকশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত "Issues Before Parliament" হিন্দীত এই অনুষ্ঠান "Sansad Ke Samaksh Mudde". শিৰোনামেৰে প্ৰচাৰ কৰা হ'ব। ইংৰাজী ভাষাত অনুষ্ঠানটো আকাশবাণী ৰেইন বো চেনেল আৰু অতিৰিক্ত ফ্রিকুয...

November 29, 2025 10:38 PM

views 35

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিট...

November 29, 2025 7:21 PM

views 10

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ আচে, উত্তৰ সুমাত্ৰা আৰু পশ্চিম সুমাত্ৰাত চুনামি, ভূমিকম্প, বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৮ লৈ বৃদ্ধি পাইছে আৰু ১০০ৰো অধিক লোকসন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকালৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু কৰ্তৃপক্ষসমূহে মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰিছে। বাট-পথ...

November 29, 2025 7:18 PM

views 20

এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

■ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমানসেৱাৰ বাধ্যতামূলক সুৰক্ষাৰ দিশৰ পৰা প্রয়োজনীয় সাল-সলনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ অধীনত এয়াৰবাছ A318, A319, A320 আৰু A321 বাহিনীক সামৰি লোৱা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষা আ...

November 29, 2025 7:07 PM

views 19

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ- বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবল...

November 29, 2025 6:49 PM

views 23

অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

● অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ দূৰ্ণীতি নিবাৰক আৰু তদাৰক শাখাই ৩০২ জনক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জন আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আ...

November 29, 2025 5:27 PM

views 26

ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত শ্ৰীলংকাত নেৰা-নেপেৰা বৰষুণ

■ ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা নেৰা-নেপেৰা বৰষুণৰ বাবে শ্ৰীলংকাৰ ভালেমান অংশত ব্যাপক ধন-জন হানি হৈছে। ধুমুহাজাকৰ ফলত ১২৩ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩০ জন লোক সন্ধানহীন হৈ আছে। বতাহজাকৰ ফলত ৩ লাখ ৭০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শ্রীলংকাত কেইবাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণ হ্ৰাস পা...

November 29, 2025 5:20 PM

views 28

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব

● উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰী ৰাধাকৃষ্ণণে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কুৰি সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশ গ্...

November 29, 2025 5:16 PM

views 21

ছত্তিশগড়ত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নৱা ৰাইপুৰত অনুষ্ঠিত তিনিদিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে শ্ৰী শ্বাহে কয়, যে এই সন্মিলনক অভ্যন্তৰীণ সুৰক্ষাৰ ...