December 1, 2025 6:58 PM

views 12

যমুনামুখত ৰে’লৱে উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত যমুনামুখত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ যমুনামুখ ৰেলৱে উৰণ সেতুখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নির্মাণে অঞ্চলটোত যান-জঁটৰ সমস্যা হ্ৰাস কৰি জনসাধাৰণক যাতায়াতৰ ...

December 1, 2025 6:57 PM

views 14

অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি

অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰাৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। দলংখনৰ নিৰ্মাণৰ ৯০ শতাংশ কাম প্রায় সম্পূর্ণ হৈছে বুলি লোক নির্মাণ বিভাগৰ কৰ্তৃপক্ষৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শ...

December 1, 2025 6:54 PM

views 10

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাচাও জিলাৰ অংশ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৮ চনত দেশৰ পূব আৰু পশ্চিম প্রান্তত সকলো বতৰ উপযোগী উন্নত ঘাইপথেৰে সংযোগ কৰাৰ বাবে শিলচৰৰ পৰা গুজৰাটৰ সৌৰাষ্টলৈ ইষ্ট-ৱেষ্ট কৰিড'ৰৰ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু প্রায় ৩ হাজাৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ঘাইপথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। অ...

December 1, 2025 6:52 PM

views 17

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত আজি বিশ্ব এইডছ দিৱস পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- অন্তৰায় অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ ...

December 1, 2025 6:50 PM

views 19

নগাঁও জিলাৰ বেবেজিয়াত জলচ্ছেদ মহোৎসৱ

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আজি নগাঁও জিলাৰ বেবেজিয়াত জলচ্ছেদ মহোৎসৱ অনুষ্ঠিত হয়। ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত ৰাজ্যৰ ২৪খন জিলাৰ ৩১টা জলচ্ছেদ প্রকল্প নিৰ্মাণ কাৰ্যৰ ভার্চুৱেলি শুভাৰম্ভ কৰা হয়। ইয়া...

December 1, 2025 12:42 PM

views 24

সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা ...

December 1, 2025 12:39 PM

views 22

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন

■ অসম মন্ত্রীসভাই কালি মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্রীসভাই শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত ৭১২টা খিলঞ্জীয়া পৰিয়ালক খাঁচ আৰু চিলি...

December 1, 2025 12:27 PM

views 36

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰত...

December 1, 2025 12:13 PM

views 19

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘট...

December 1, 2025 10:55 AM

views 29

ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেন...