January 27, 2025 7:12 PM

views 7

মৰিগাঁও জিলাৰ টোপাতলীত এৰী কৃষি বিজ্ঞান অনুষ্ঠিত

মৰিগাঁও জিলাৰ টোপাতলীত থকা কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ এৰী মৌলিক বীজ ফাৰ্মত আজি এৰী কৃষি বিজ্ঞান অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ এই কৃষি মেলাত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ লগতে এৰী-মূগাৰ প্ৰদৰ্শনী মুকলি কৰে। তেঁও এৰী, পলু প্ৰ...

January 27, 2025 7:11 PM

views 24

সপ্তাহজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আৰম্ভ

তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আজিৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মৃগাংক চৌধুৰীয়ে পতাকা উত্তোলন কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা সমাৰোহৰ শিখা প্রজ্বলন কৰাৰ পাছতে উদ্বোধনী ভাষণত অধ্যক্ষ ড° চৌধুৰীয়ে ছাত্ৰীসকলক...

January 27, 2025 7:10 PM

views 21

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজিৰ প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভা...

January 27, 2025 7:08 PM

views 14

জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে জোনাই সমজিলাৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত...

January 27, 2025 7:06 PM

views 30

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ প্রতিনিধিসকলক আদৰিবলৈ সাজু আদৰণি সমিতি

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ ৩ দিন বাকী থকা সময়ত অধিৱেশনৰ আদৰণি সমিতিয়ে প্রতিনিধিসকলক আদৰিবলৈ সাজু হৈছে। পাঠশালা শিক্ষাপীঠ আদর্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ অষ্টম তথা অন্তিমখন কাৰ্যন...

January 27, 2025 7:04 PM

views 26

ডিব্ৰুগড়ত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দার্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ড° শৰ্মাই কয়, যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে ...

January 27, 2025 6:56 PM

views 31

বিটিচিত আজি বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে বিটিচিত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ উদ্যোগত কোকৰাঝাৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা এটা মটৰ চাইকেল সমদল উলিওৱা হয়। আজি বিয...

January 27, 2025 7:13 PM

views 18

দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্র ইত্য...

January 27, 2025 6:26 PM

views 25

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব’ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন

বি এছ এফৰ পাঞ্জাব ফ্ৰণ্টিয়াৰে অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব'ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰিছে। এই বাৰ্ষিক মাৰাথন অমৃতসৰৰ গ'ল্ডেন গেটত আৰম্ভ হৈ আটাৰী সীমান্তত অন্ত পৰিব। সীমান্তৱৰ্তী লোকসকলৰ সৈতে হাতে হাত ধৰি আগবঢ়াৰ উদ্দেশ্যে এই মাৰাথনৰ আয়োজন কৰা হৈছে। ৪২ কিলোমিটাৰৰ ফুল মাৰাথন, ২১ কিলো...

January 27, 2025 6:16 PM

views 22

বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক

সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যম...