ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৰ আহ্বান

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে। Imageবিশাখাপট্টনমৰ সাগৰমালা প্ৰেক্ষাগৃহত আজি আয়োজিত ৰোজগাৰ মেলাত ২৫০ গৰাকী নৱনিযুক্ত প্রার্থীক উদ্দেশ্যি ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।

Image তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অৰ্থ বাস্তবায়িত কৰাৰ বাবে নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।