ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2024 8:37 PM | President

printer

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ’ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।