ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা সর্বশিক্ষা অভিযান মিছনৰ

সর্বশিক্ষা অভিযান মিছনে ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি মিছনে নির্ধাৰিত দিনত নিজ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ বদলিকৃত শিক্ষকসকলক আহ্বান জনাইছে।