ডাউনলোড
মোবাইল এপ

android apple
signal

৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছত ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ

■ তামিলনাডুৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অম্লানে কালি ২১ দশমিক ১ – ৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰে। এই শিতানত অনিমেষ কুজুৰে স্বৰ্ণ আৰু ৰাগুল কুমাৰে ৰূপৰ পদক লাভ কৰে।