২৫ মে’ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে’ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে তেওঁলোকৰ দিহা পৰামৰ্শ টোল ফ্রি নম্বৰ ১৮০০ ১১ ৭৮০০ ৰ জৰিয়তে জনাব পাৰিব। লগতে মাই গভ মুকলি মঞ্চ আৰু নমো এপৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই মাহৰ ২৩ তাৰিখলৈ দিহা পৰামৰ্শ সমূহ গ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।