ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 11, 2024 1:36 PM | Akashvani | Barpeta

printer

সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যুটীয়া অভিযানত মাদক দ্ৰব্যসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি প্ৰকাশ কৰিছে।