ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 28, 2024 6:56 PM | Maan ki Baat

printer

স্বাধীনতা দিৱসৰ ভাষণৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ আহ্বান

আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্রোতাসকলক ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানত অংশগ্রহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, জাতীয় পতাকাৰ গৌৰৱ তুলি ধৰাৰ ক্ষেত্ৰত হৰ ঘৰ তিৰংগা অভিযান সম্প্রতি বিশেষ উৎসৱত পৰিণত হৈছে। স্বাধীনতা দিৱসৰ ভাষণত তেওঁ যাতে বিভিন্ন বিষয় সামৰি লব পাৰে, তাৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে পৰামৰ্শ আগবঢ়াবলৈ প্রধানমন্ত্রীয়ে দেশবাসীক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।