- সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ
- আহত ১৫ জনৰো অধিক আৰক্ষী, চি আই ডিৰ লোক
- ক্ষতিগ্ৰস্ত চি আই ডিৰ দুখন বাহন
- আহত আৰক্ষীৰ লোকসকলক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি
Site Admin | September 25, 2025 9:38 PM | Akashvani | Guwahati | Shyamkanu Mahanta | Zubeen Garg
সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তেজিত একাংশ ৰাইজৰ শিল নিক্ষেপ
