- জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে
- প্ৰত্যক্ষ্যৰ্শীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিশেষ তদন্তকাৰী গোটে মহন্তৰ বাসগৃহত থকা কাৰ্যালয়ত অভিযান চলাইছিল
- অভিযানত তদন্তকাৰী গোটে আপত্তিজনক নথি-পত্ৰ, ৭ টা মোবাইল, ২ টা লেপটপ, ৯ খন হাৰ্ড ডিস্ক জব্দ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে
Site Admin | September 25, 2025 9:51 PM | Akashvani Guwahati | Akashvani News | Shyam Kanu Mahanta | Zubeen Garg
শ্যামকানু মহন্তৰ বাসগৃহত অভিযানঃ জব্দ আপত্তিজনক নথি-পত্ৰ