শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ

■ শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ জিলাখনৰ বিহাৰগুৰি মিনি ষ্টেডিয়ামত চলি আছে। ২৯ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণ শিবিৰৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা ক্রীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত থাকে। শিবিৰৰ প্ৰথম দিনটোত ৯০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।