শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব

আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব। কৃষি, উদ্যান শস্য, মীন পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পশুপালন আৰু কৃষি উদ্যমী এই ৬ টা শিতানত বঁটাসমূহ প্ৰদান কৰা হ’ব। তিনিগৰাকীকৈ শ্ৰেষ্ঠ কৃষকক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। এই অনুষ্ঠানতে অংকুৰিত অসম কৃষক ৰত্ন বঁটাও প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।