যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বুলি গৱেষণা পত্ৰত প্ৰকাশ

অর্থনীতিবিদ সুৰজিত এছ ভাল্লা আৰু কৰণ ভচিনে প্ৰকাশ কৰি উলিওৱা এখন গৱেষণা পত্ৰ মতে যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ ঘৰুৱা ব্যয়ৰ তথ্যৰ ভিত্তিত অর্থনীতিবিদ দুগৰাকীয়ে এই গৱেষণা পত্ৰখন প্ৰকাশ কৰি উলিয়াইছে। ভাৰতত বর্তমান সময়ত অতি দৰিদ্ৰতাৰ দৰে পৰিস্থিতি নাই বুলিও দাবী কৰাৰ লগতে ২০১১-১২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ এই বাৰ বছৰত ভাৰতত অসমতা যথেষ্ট হ্ৰাস পাইছে বুলিও গৱেষণা পত্ৰখনে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।