March 2, 2025 8:30 PM
যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বুলি গৱেষণা পত্ৰত প্ৰকাশ
অর্থনীতিবিদ সুৰজিত এছ ভাল্লা আৰু কৰণ ভচিনে প্ৰকাশ কৰি উলিওৱা এখন গৱেষণা পত্ৰ মতে যোৱা দশকতকৈ দেশত দৰিদ্ৰতাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্...