যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল’ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।
Site Admin | July 14, 2025 11:40 AM | Boxing | Jorhat | SPORTS
যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা
