October 16, 2025 8:15 PM | UN India

printer

ভাৰত ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত

ভাৰত এছিয়া প্রশান্ত সাগৰীয় মহাসাগৰৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত হৈছে। ভাৰত ২০২৮লৈকে এই কমিটীৰ সহ-অধ্যক্ষৰ দায়িত্বত থাকিব। বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে প্রকাশ কৰিছে যে কমিটীখনৰ সহ-অধ্যক্ষ হিচাপে ভাৰতৰ নির্বাচনে গোলকীয় ভূস্থানিক খণ্ডত দেশৰ বৰ্ধিত নেতৃত্ব আৰু উদ্ভাবন, সামর্থ্য বৃদ্ধি তথা আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ইয়াৰ অবদানকে সূচাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।