October 16, 2025 8:15 PM

views 31

ভাৰত ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত

ভাৰত এছিয়া প্রশান্ত সাগৰীয় মহাসাগৰৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ ভূস্থানিক তথ্য ব্যৱস্থাপনা আঞ্চলিক কমিটীৰ সহ অধ্যক্ষ হিচাপে নির্বাচিত হৈছে। ভাৰত ২০২৮লৈকে এই কমিটীৰ সহ-অধ্যক্ষৰ দায়িত্বত থাকিব। বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে প্রকাশ কৰিছে যে কমিটীখনৰ সহ-অধ্যক্ষ হিচাপে ভাৰতৰ নির্বাচনে গোলকীয় ভূস্থানিক খণ্ডত দেশৰ বৰ্ধিত নেতৃত্ব আৰু উদ্ভাবন, সামর্থ্য বৃদ্ধি তথা আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ইয়াৰ অবদানকে সূচাইছে।

December 4, 2024 8:09 PM

views 23

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহক অধিক সহযোগিতা আগবঢ়াবৰ বাবে গোলকীয় বিত্তীয় ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি বহুপাক্ষিক উন্নয়নশীল বেংকৰ পৰা পুঁজিৰ আবণ্টন বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ বৈঠকত বিত্ত মন্ত্ৰ্যালয়ে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা গীতু যোশীয়ে উন্নয়নশীল দেশসমূহৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এটা বিত্তীয় ব্যৱস্থাৰ আৱশ্যকতাত গুৰু...

October 3, 2024 7:45 PM

views 23

লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ বাবে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটাৰেছে ইজৰাইল আৰু হিজবুল্লাৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ভাৰতে লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত কালি সুৰক্ষা পৰিষদৰ এখন জৰুৰী বৈঠকত শ্ৰী গুটাৰেছে কয় যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীয়ে লেবাননত সেৱা অব্যাহত ৰাখিছে। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সামৰিক আৰু অসামৰিক সদস্যসকলক দেশসমূহত সেৱা প্ৰদান কৰাৰ অৱদানক প্ৰশংসা কৰিছে। ভাৰতৰ প্ৰায় ৯০০ নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শা...