ডাউনলোড
মোবাইল এপ

android apple
signal

July 9, 2025 2:45 PM | India Hockey

printer

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলৰ হাতত নেডাৰলেণ্ডছ ৬-১ গ’লত পৰাস্ত

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলে কালি নেডাৰলেণ্ডছৰ আইণ্ডোভেনত অনুষ্ঠিত এখন খেলত আয়ৰলেণ্ডক ৬-১ গ’লত পৰাস্ত কৰি ইউৰোপীয় ভ্ৰমণৰ পাতনি মেলে। ভাৰত আজি নিশা চাৰে ৯ বজাত হ’বলগীয়া আন এখন খেলত পুনৰ আয়ৰলেণ্ডৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।