ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে চলিত ৰঞ্জী ট্ৰফী শৃংখলাই তেওঁৰ অন্তিমখন খেল হ’ব। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাৰ পাছত পশ্চিমবংগৰ ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰে। খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ঘোষণা কৰে যে ক্রিকেতৰ জগতত এটা বৰ্ণিল যাত্ৰা পাৰ কৰাৰ পাছত এই খেলখনেই তেওঁৰ অন্তিমখন খেল হ’ব। তেওঁ লগতে উল্লেখ কৰে যে অন্তিমবাৰৰ বাবে পশ্চিমবংগক প্রতিনিধিত্ব কৰিবলৈ পায় তেওঁ গৌৰৱ অনুভৱ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।