কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি দেশৰ ষ্টাৰ্ট আপ খণ্ডৰ বিকাশৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষকৈ বিত্তীয় সেৱাত নতুন প্রযুক্তি আৰু আন উদ্ভাসিত প্ৰযুক্তিখণ্ডত ষ্টার্টআপৰ পৰিবেশ গঢ়ি তোলাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে।
Site Admin | September 15, 2025 8:43 PM | MoU
ব্যক্তিগত কোম্পানীৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
