ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

May be an image of 1 person, dais and text

কৃষি মন্ত্ৰী অতুল বৰাই আজি বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

May be an image of 6 people, dais and text

এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ভেঁটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ মনিষী, পণ্ডিত, গৱেষক আৰু পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা জনায়।

May be an image of 7 people, dais and text

তেওঁ অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাত নির্ণায়ক ভূমিকা প্ৰদান কৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে এই পৰিক্ৰমাটো আনুষ্ঠানিক ৰূপ দিয়াত অগ্রণী ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।