May 12, 2025 11:20 AM | India-Egypt

printer

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰে বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বদৰ আব্দেলাটিৰ সৈতে টেলিফোনযোগে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড° জয়শংকৰে প্ৰকাশ কৰিছে যে, তেওঁ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ইজিপ্তৰ মাজত অর্থনৈতিক সহযোগিতাৰ সম্ভাৱনা সন্দৰ্ভতো আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।