ডাউনলোড
মোবাইল এপ

android apple
signal

May 12, 2025 11:20 AM

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰে বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বদৰ আব্দেলাটিৰ সৈতে টেলিফোনযোগে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড° জয়শংকৰে প্ৰকাশ কৰিছে যে, তেওঁ শেহতীয়...