বেলুচ নেশ্যনেল মুভমেন্টে বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন কৰে। এই দিৱসত ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ কৰ্মীসকলে বিলুচিস্তানৰ পাকিস্তান দখলীকৃত ভূমি আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়টোত আলোকপাত কৰে৷ উল্লেখযোগ্য যে, বেলুচিস্তানৰ স্বাধীনতা, সন্মান আৰু অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া বেলুচ শ্বহীদসকলৰ সোঁৱৰণত প্ৰতি বছৰে ১৩ নৱেম্বৰত বেলুচ শ্বহীদ দিৱস পালন কৰা হয়।
Site Admin | November 16, 2025 11:24 AM | Baltistan
বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন