November 16, 2025 11:24 AM

views 37

বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন

বেলুচ নেশ্যনেল মুভমেন্টে বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন কৰে। এই দিৱসত ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ কৰ্মীসকলে বিলুচিস্তানৰ পাকিস্তান দখলীকৃত ভূমি আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়টোত আলোকপাত কৰে৷ উল্লেখযোগ্য যে, বেলুচিস্তানৰ স্বাধীনতা, সন্মান আৰু অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া বেলুচ শ্বহীদসকলৰ সোঁৱৰণত প্ৰতি বছৰে ১৩ নৱেম্বৰত বেলুচ শ্বহীদ দিৱস পালন কৰা হয়।