নির্বাচন আয়োগে কয় যে, বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। চলিত মাহৰ ৪ তাৰিখৰ পৰা ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ লগে লগে ভোটাৰ তালিকাৰ বৃহৎ পৰিসৰৰ পুনৰীক্ষণৰ সামৰণি পৰিব।
Site Admin | November 23, 2025 8:12 PM | Election Commission of India
বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা বুলি নির্বাচন আয়োগৰ প্ৰকাশ