ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 22, 2024 9:58 AM | AAP

printer

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ আম আদমী পাৰ্টীৰ

বিৰোধীৰ বিৰুদ্ধে ক’লা ধন বৈধকৰণ প্ৰতিৰোধী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত কালি আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আপৰ জ্যেষ্ঠ নেত্রী আতিশীয়ে কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰিৰ অভিযোগ বিজেপিৰ আম আদমী পাৰ্টী ভংগ কৰাৰ এটা ষড়যন্ত্র। দিল্লী উচ্চ ন্যায়ালয়ে আপৰ জ্যেষ্ঠ নেতা মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি অভিযোগ কৰে য়ে বিজেপি চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে। এই সমগ্ৰ গোচৰটো কাৰোবাৰ হেঁচাত লোৱা ব্যক্তব্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।