ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বহুকেইখন ৰাজ্যত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, সৌৰাষ্ট্ৰ, তামিলনাড়ু, পুডুচেৰী, উত্তৰাখণ্ড আৰু পশ্চিম ৰাজস্থানৰ বিভিন্ন অঞ্চলত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। ইপিনে দিল্লী, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ বিভিন্ন অঞ্চলত বিভাগে পৰৱৰ্তী দুই-তিনি দিনত প্ৰবল বতাহৰ লগতে ধুমুহা বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি পূব মধ্যপ্রদেশ, মধ্য মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত শিলাবৃষ্টি হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। ইপিনে বিভাগে পৰৱৰ্তী দুটা দিনৰ ভিতৰত ৰাজস্থানত ধূলিৰ ধুমুহা বলিব বুলিও আগতীয়া সতর্কবাণী জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।