April 15, 2025 8:16 PM | Nitin Gadkari

printer

পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবঃ নীতিন গাডকাৰী

পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ গুৰুত্বত জোৰ দিছে আৰু প্ৰতি দিনে ১০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সৰ্ব ভাৰতীয় ব্যৱস্থাপনা সংস্থা, এ আই এম এৰ দশম ৰাষ্ট্ৰীয় নেতৃত্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয়, যে পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।