ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৈঠক

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি নবান্নাত থকা ৰাজ্যিক সচিবালয়ত প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰ ভুক্তভোগীৰ বাবে ন্যায় প্ৰদানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ অনশন বাতিল কৰিছে। বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব আৰু গৃহ সচিবো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।