ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ

ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিকত ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ কৰিছে। কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ’ব। দৌৰবিদ চিমৰণ মহিলাৰ ২০০ মিটাৰত টি টুৱেল্ভ, দিলীপ গাৱিট পুৰষৰ ৪০০ মিটাৰৰ টি ফ’টি ছেভেন আৰু নৱদীপ পুৰুষৰ জেভলিন থ্ৰৰ এফ ফৰ্টি ৱান শিতানত অৱতীৰ্ণ হ’ব।