পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি

■ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি কৰিছে। ৬ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ নিৰ্মাণ ব্যয় আনুমানিক ৬০০ কোটি ৫১ লাখ টকা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ড০ শৰ্মাই এই সদ্দিচ্ছামূলক প্ৰয়াসৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।