ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অর্থাৎ এন টি এক জাৰি কৰা জাননীত এই পৰীক্ষাত কোনো ধৰণৰ অনিয়ম সংঘটিত হ’লে বিষয়টো স্বচ্ছভাৱে নিষ্পত্তি হোৱা প্ৰয়োজন বুলি উল্লেখ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।