ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 8, 2025 8:02 PM | Plan Ban

printer

দিল্লী বিমানবন্দৰত প্ৰায় ৯০খন বিমানৰ সেৱা বাতিল

দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আৰু বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্ৰায় ৯০ খন বিমানৰ সেৱা আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বাতিল কৰা হয়। ইয়াৰ ভিতৰত ১১ খন আন্তঃৰাষ্ট্ৰীয় আৰু ৭৯ খন ঘৰুৱা বিমান আছে। ইয়াৰ পূৰ্বে অপাৰেচন সিন্দূৰৰ পৰিপ্ৰেক্ষিতত জম্মু, শ্ৰীনগৰ, লেহ, জোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোট বিমানবন্দৰত অহা ১০ মে’ লৈকে সকলো ঘৰুৱা বিমান যাত্রা বাতিল কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।