May 8, 2025 8:02 PM
দিল্লী বিমানবন্দৰত প্ৰায় ৯০খন বিমানৰ সেৱা বাতিল
দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আৰু বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্ৰায় ৯০ খন বিমানৰ সেৱা আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বাতিল কৰা হয়। ইয়াৰ ভিতৰত ১১ খন আন্তঃৰাষ্ট্ৰীয় আৰু ৭৯ ...